Аккорды Papon - Osinaaki Mon

Добавлено: @romashka
Дата добавления: 20 Января 2024г.
Рейтинг:
0.0
Просмотров: 92
G
EADGBE 2 1 3
Cadd9
EADGBE x 2 1 3
Em
EADGBE 2 3
D
EADGBE x x 1 3 2
C
EADGBE x 3 2 1
Bm
EADGBE 111 3 4 2
[Intro]
G              Cadd9
চিনাকি চিনাকি মুখ অচিনাকি মন
G                 Cadd9
মুখা পিন্ধি সকলোচোন নিজতেই মগন
G               Cadd9
চিনাকি চিনাকি মুখ অচিনাকি মন
G                 Cadd9
মুখা পিন্ধি সকলোচোন নিজতেই মগন
G           Em
ইমান কোলাহল লাগিছে আমনি
G            Em
নীলা আকাশখন ইয়াতযেন নেদেখি
G         Em         D        C
হেই চিনাকি চিফুঙৰ সুৰে মাতিচে বাৰে বাৰে
G               Cadd9
চিনাকি চিনাকি মুখ অচিনাকি মন
G                 Cadd9
মুখা পিন্ধি সকলোচোন নিজতেই মগন

[Chorus]
G          Bm
ইমান আদৰ আইৰে মাতত
C          G
চেনেহৰে উম বিনন্দীয়া
G         Bm
নৈৰে ঘাটৰ জুৰ মলয়াত
C          G
জীৱন জূৰুৱা মাদকতা
D          C
সাৰদি নিশাৰ জোনাকতে
D                G
কহোৱা কোঁমল সপোন জাগে
D           C
শেৱাঁলি ফুলৰ সোবাস লাগি
D                 G
মন উৰনীয়া হয় মোৰ বাৰে বাৰে
G               Cadd9
চিনাকি চিনাকি মুখ অচিনাকি মন
G                 Cadd9
মুখা পিন্ধি সকলোচোন নিজতেই মগন

[Pre-Chorus]
G               Bm
ঘূৰি চালে অতিতৰে মিঠা অনুভূতি
D            C     G
সাহসৰে সুৰ হয় মন হকতি
G               Bm
ঘূৰি চালে অতিতৰে মিঠা অনুভূতি
D             C   G
পাঁও সেই সৰলতা সংস্কৃতি
G           Bm
দেশৰ কাহিনী মূলা জয়মতি
D          C   G
লাচিতৰে সেই শৰাইঘাট
G            Bm
আইতাই গোৱা বৰগীত ঘোষা
D         C    G
নীৰৱে কপে কলিজাত

[Chorus]
G              Cadd9
চিনাকি চিনাকি মুখ অচিনাকি মন
G                 Cadd9
মুখা পিন্ধি সকলোচোন নিজতেই মগন
G           Cadd9
আকাশ পিয়াখি মানুহৰ বাবে
G            Cadd9
মুখাই আহোৱাহ সেই যুগৰ বাবে
G            Cadd9
চিফুং বাঁহিৰ সুৰেৰে গাঁঠি
G         Cadd9
ৰচিলো সেই নতুন সুৰ
G        Cadd9
বুকুৰ সচাঁ চেনেহেৰে
G          Cadd9
মনৰ মিঠা আৱেগেৰে,
G              Cadd9
চিনাকি চিনাকি মুখ অচিনাকি মন
G                 Cadd9
মুখা পিন্ধি সকলোচোন নিজতেই মগন
G               Cadd9
চিনাকি চিনাকি মুখ অচিনাকি মন
G                 Cadd9
মুখা পিন্ধি সকলোচোন নিজতেই মগন 
Но если и музыка нас оставит, что будет тогда с нашим миром? (Гоголь)
Мы стремимся к созданию контента, соответствующего всем нормам законодательства и уважающего интеллектуальную собственность. Мы также придаем большое значение тому, чтобы не задеть никого и не оскорбить чьи-либо чувства. Если у вас есть вопросы или претензии по размещенному материалу, пожалуйста, сообщите нам об этом.
+
-
Тональность
-
0
+
Шрифт
-
0
+
Прокрутка
-
0
+
Стоп
Наверх